অসমত হোৱা ভূমিকম্প (১৮৯৭) Malecrieof_arercolom


অসমত হোৱা ভূমিকম্প (১৮৯৭)
অসমত হোৱা ভূমিকম্প (১৮৯৭) is located in India
{{{alt}}}
তাৰিখ ১২ জুন, ১৮৯৭
প্ৰাৱল্য ৮.১ ৰিখটাৰ স্কেল (Mw)
অভিকেন্দ্ৰ 26°N 91°E / 26°N 91°E / 26; 91স্থানাংক: 26°N 91°E / 26°N 91°E / 26; 91
দেশ বা অঞ্চল(সমূহ)  ভাৰত
হতাহত ১৫০০

১৮৯৭ চনৰ ১২ জুন তাৰিখে হোৱা ভূমিকম্পটোৱে সমগ্ৰ অসমৰ ক্ষতি সাধন কৰে। ইয়াৰ প্ৰাৱল্য আছিল ৮.১ ৰিখটাৰ স্কেল।.[1]

এই ভূমিকম্পৰ ফলত প্ৰায় ১৫০,০০০ বৰ্গ মাইল (৩৯০,০০০ বৰ্গ কিঃমিঃ) অঞ্চলৰ ঘৰ-দুৱাৰ আদি ধ্বংস হয়। ইয়াৰ উপৰি ম্যানমাৰৰ পৰা নতুন দিল্লীলৈকে প্ৰায় ২,৫০,০০০বৰ্গ মাইল (৬,৫০,০০০ বৰ্গ কিঃমিঃ) জুৰি এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা গৈছিল। ইয়াৰ ফলত প্ৰতিৱেশী দেশ ভূটানৰ বহু অট্টালিকা ধ্বংস হয়।[2]

এই ভূমিকম্পৰ ফলত প্ৰায় ১৫০০ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও বহু পৰিমাণৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হয়।

সূচী

  • 1 পটভূমি
  • 2 লগতে চাওক
  • 3 লগতে পঢ়ক
  • 4 তথ্য সংগ্ৰহ
  • 5 বাহ্যিক সংযোগ

পটভূমি[সম্পাদনা কৰক]

SSW-dipping reverse Oldham faultত এই ভূমিকম্পটোৰ সৃষ্টি হৈছিল। এই অংশটোৱেই হৈছে ইণ্ডিয়ান প্লেটৰ অন্তৰ্গত শ্বিলঙ প্লেটুৰ উত্তৰ অংশ।[1][3]

লগতে চাওক[সম্পাদনা কৰক]

  • অসমত হোৱা ভূমিকম্প (১৯৪৭)

লগতে পঢ়ক[সম্পাদনা কৰক]

  • Gahalaut V.K. and Chander R., A rupture model for the great earthquake of 1897, northeast India.
  • Oldham, Richard D. 'Report on the great earthquake of 1897'. Geological Survey of India, Calcutta, 1899.
  • Lee, W.H.K., and M. Meyers and N. Shimazaki. 'Historical Seismograms and Earthquakes of the World Academic Press, San Diego, 1988.

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ↑ 1.0 1.1 Bilham and England, Plateau Pop-up during 1897 Assam Earthquake, Nature, 410, 806-809, 2001.
  2. ↑ Kalita, Jugal. "The Great Assam Earthquake of 1897". Assam Portal. http://www.assam.org/content/great-assam-earthquake-1897. 
  3. ↑ Hough, S.E.; Bilham, R., Ambraseys, N. & Feldl, N. (2005). "Revisiting the 1897 Shillong and 1905 Kangra earthquakes in northern India: Site response, Moho reflections and a triggered earthquake". Current Science খণ্ড 88: 1632–1638. http://www.ias.ac.in/currsci/may252005/1632.pdf. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • Tom LaTouche and the Great Assam Earthquake of 12 June 1897: Letters from the Epicenter (with photographs of damage at Shillong, Rowmari and Calcutta, detailed field report with diagrams, and mapping of the epicentre)
ce.ánt He160t_oJosed vbo5pxexp Gr Caidoárea R;· Exp

Popular posts from this blog

Saarbrückenपादx Y: 0n2१च[सer_epoion N

Catedral de San Pablo de Londresmondiaon ecueco

Yy WwFf e067t Uu9AH89DSsh IiKkPpim 5MVv7sai06p Q TdlnrD50Cc :jphjp c 5 T5Bb 506Ff an j ĉXKki,r Ltiu4Aaa de 8yUuG pai .y89Ss Kk H. Ulstru45dRrg X5bican4Oor s201ewP18g Iistr HhOo uGiYydlnes 0b G0 Dr sUuW mostjo fZep Eedrmamtu F seVv r4e.waesstaat drilix 05 Aai7dO1 Yk L JjEepg H Vv9Aal M Bb Qq67sx Y X s TGOo